বিধানসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা। বৃহস্পতিবাৰে পুৱা বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছত এতিয়া অসম গণ পৰিষদে প্ৰকাশ কৰিছে।
অৱশেষত ঘোষণা কৰা হ’ল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। ২৬টা সমষ্টিৰ বাবে অগপইঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পূৰ্বে আমবাৰীত সম্পন্ন হৈছে হাইভল্টেড বৈঠত। এই তালিকা অনুসৰি
বোকাখাত: শ্ৰী অতুল বৰা
কলিয়াবৰ: শ্ৰী কেশৱ মহন্ত
বঙাইগাঁও: শ্ৰী দীপ্তিময়ী চৌধুৰী
বৰপেটা: শ্ৰী দীপক কুমাৰ দাস
টিয়ক: শ্ৰী বিকাশ শইকীয়া
ডিমৰীয়া: ড° তপন দাস
তেজপুৰ: শ্ৰী পৃথ্বীৰাজ ৰাভা
বজালী: শ্ৰী ধৰ্মেশ্বৰ ৰায়
হাজো-শুৱালকুছি: শ্ৰী প্ৰকাশ চন্দ্ৰ দাস
শিৱসাগৰ: শ্ৰী প্ৰদীপ হাজৰিকা
নাওবৈচা: শ্ৰী বসন্ত দাস
বিলাসীপাৰা: জিতেন্দ্ৰ নাথ ৰয়
সোনাই: কৰিমুদ্দিন বৰভূঞা
দক্ষিণ কৰিমগঞ্জ: ইকবাল হুছেইন
মানকাচৰ: জাভেদ ইছলাম
গোৱালপাৰা পূব: আব্দুল ৰহিম জিব্ৰান
আলগাপুৰ-কাটলিচেৰা: জাকিৰ হুছেইন লস্কৰ
বিন্নাকান্দি: ফখৰুদ্দিন মজুমদাৰ
ৰূপহীহাট: জাকিৰ হুছেইন ফাৰাজী
লাহৰীঘাট: খলিলুৰ ৰহমান
সৃজনগ্ৰাম: চহিদুল ইছলাম
চেঙা: চদ্দাম হুছেইন
চামগুৰি: নুৰুল ইছলাম
পকবেটাবাৰী: ড° তৰা প্ৰসাদ দাস
জলেশ্বৰ: আবু শ্বাহ শ্বাহিদ হুছেইন
গৌৰীপুৰ: মেহতাবুল হকে আসন লাভ কৰিছে।
লগতে পঢ়ক: মা কামাখ্যৰ আশীৰ্বাদ লৈ ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই









