আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীৰ ডাঙৰ ঘোষণা; ভংগ কৰিব বিচাৰিছে ক্ৰীছ গেইলৰ অভিলেখ

 আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীৰ ডাঙৰ ঘোষণা; ভংগ কৰিব বিচাৰিছে ক্ৰীছ গেইলৰ অভিলেখ

আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীয়ে এক ডাঙৰ মন্তব্য কৰিছে। বৈভৱ সূৰ্য্যবংশীয়ে কৈছে যে, তেওঁ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ নায়ক বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে।২০২৫ চনৰ আই পি এলত বৈভৱে মাত্ৰ ৩৫টা বলত শতক অৰ্জন

আই পি এল ২০২৬ৰ পূৰ্বে বৈভৱ সূৰ্য্যবংশীয়ে এক ডাঙৰ মন্তব্য কৰিছে। বৈভৱ সূৰ্য্যবংশীয়ে কৈছে যে, তেওঁ

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ নায়ক বৈভৱ সূৰ্য্যবংশীয়ে আই পি এল ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে।২০২৫ চনৰ আই পি এলত বৈভৱে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িছিল।

তেওঁ আই পি এলৰ ইতিহাসত আটাইতকৈ তীব্ৰ শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।কিন্তু বৈভৱ সূৰ্য্যবংশীৰ এটা মন্তব্যই এতিয়া খলকনিৰ সৃষ্টি কৰিছে।

দেওবাৰে (১৫ মাৰ্চ) দিল্লীত অনুষ্ঠিত বিচিচিআইৰ ‘নমন বঁটা’ অনুষ্ঠানৰ সময়ত বৈভৱ সূৰ্য্যবংশীয়ে নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে।আগন্তুক আই পি এল ছিজনৰ বাবে তেওঁৰ লক্ষ্যৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিঃসংকোচে কয় যে তেওঁ ক্ৰীছ গেইলৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ১৭৫ ৰানৰ অভিলেখ ভংগ কৰিব বিচাৰে।

উল্লেখ্য যে,২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৬৬টা বলত ১৭৫ ৰান নট আউটৰ দুৰ্দান্ত ইনিংছ খেলিছিল ক্ৰীছ গেইলে।য’ত ১৩টা চাৰি আৰু ১৭টা ছয় আছিল। যিটোক আজিও আই পি এলৰ আটাইতকৈ ‘অজেয়’ অভিলেখ বুলি গণ্য কৰা হয়।

লগতে পঢ়ক: ‘আইচিচিতকৈ কোনো দেশ ডাঙৰ নহয়’; পাকিস্তান আৰু বাংলাদেশক তীব্ৰ সমালোচনা জয় শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ