ডুবাই বিমানবন্দৰৰ সমীপত ভয়ংকৰ ড্ৰোণ আক্ৰমণ; বন্ধ কৰি দিয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ

ডুবাই বিমানবন্দৰৰ সমীপত ভয়ংকৰ ড্ৰোণ আক্ৰমণ; বন্ধ কৰি দিয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ আজি ১৭ দিন। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এক বৃহৎ আক্ৰমণ সংঘটিত হয়। মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সৈতে জড়িত সংঘাত হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এক বৃহৎ আক্ৰমণ সংঘটিত হয়।বিমানবন্দৰৰ সমীপত

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ আজি ১৭ দিন। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এক বৃহৎ আক্ৰমণ সংঘটিত হয়।

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সৈতে জড়িত সংঘাত হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এক বৃহৎ আক্ৰমণ সংঘটিত হয়।বিমানবন্দৰৰ সমীপত অৱস্থিত ইন্ধনৰ টেংকক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ কৰা হয়।এই আক্ৰমণৰ পিছতে বিমানবন্দৰত বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

নিৰাপত্তাৰ শংকাত এতিয়া বিমানবন্দৰত হাজাৰ হাজাৰ যাত্ৰীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। এই আক্ৰমণৰ পিছতেই ভাৰতলৈ উভতি আহিল এমিৰেটছৰ বিমান ডুবাইত নামিব নোৱাৰি বুলি নিৰ্দেশ দিছে। বিমানবন্দৰটোৰ চৌদিশে কেৱল ক’লা ধোঁৱা দেখিবলৈ পোৱা গৈছে। বিমানবন্দৰলৈ যোৱা সুৰংগ আৰু পথসমূহো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।জৰুৰীকালীনভাৱে বহু বিমান ‘আল মাকতুম’ বিমানবন্দৰলৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: ‘ধেমালীৰ বাবেও তেহৰানৰ তেলৰ ঠিকনাত…’; ইৰাণত মুকলি ভাবুকি ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ