ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । বিজেপিৰ হৈ

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে

ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ । আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে তেৰছ গোৱালা আৰু যোগেন মহনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । বিজেপিৰ হৈ তেৰছ গোৱালা আৰু যোগেন মহন হ’ব ৰাজ্য সভা নিৰ্বাচনৰ প্ৰাৰ্থী । আনহাতে তৃতীয়খন আসনত UPPLৰ প্ৰমোদ বড়োক প্ৰাৰ্থী হিচাবে ঘোষণা কৰা হৈছে ।

মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে দুলীয়াজান সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ ঠাইত বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে সমষ্টিটোত চৰ্চাত থকা তথা শেহতীয়াকৈ বিজেপিত যোগদান কৰা এগৰাকী যুৱ নেতাৰ কথা সোধাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“নতুন যুৱ নেতাক যোগদান কৰোতেই এইবাৰ টিকট লাভ নকৰে বুলি কোৱা হৈছিল ।“

লগতে পঢ়ক : কংগ্ৰেছে নিজৰ আত্মা বাংলাদেশী মূলৰ মুছলমানৰ ওচৰত বন্ধক দিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ