আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন...

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন…

আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান। আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। চাৰিদিনীয়া কাৰ্যসূচীয়ে হ’ব এই অধিৱেশন।ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন। অধিৱেশনৰ দ্বিতীয়দিনা সদনত উত্থাপন হ’ব আগন্তুক

আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান।

আজিৰে পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। চাৰিদিনীয়া কাৰ্যসূচীয়ে হ’ব এই অধিৱেশন।ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বিধানসভাৰ অধিৱেশন।

অধিৱেশনৰ দ্বিতীয়দিনা সদনত উত্থাপন হ’ব আগন্তুক বিত্তীয় বৰ্ষৰ লেখানুদান। সমাগত নিৰ্বাচনৰ বাবে পূৰ্ণাংগ বাজেটৰ সলনি উত্থাপন হ’ব লেখানুদান।

পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে ১৭ ফেব্ৰুৱাৰীত সদনত দাখিল কৰিব বাজেট লেখানুদান। চলিত কাৰ্যকালৰ এইখন শেষ অধিৱেশন।১৯ ফেব্ৰুৱাৰীত অন্ত পৰিব চাৰিদিনীয়া অধিৱেশন।

লগতে পঢ়ক: ‘অসমত চলি থাকিব উচ্ছেদ অভিযান’; বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ সকীয়নি