‘অসমত চলি থাকিব উচ্ছেদ অভিযান’; বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ সকিয়নী

‘অসমত চলি থাকিব উচ্ছেদ অভিযান’; বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ সকীয়নি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এক ডাঙৰ মন্তব্য কৰিছে। বেদখলকাৰীক কঠোৰ সকীয়নি দি উচ্ছেদ চলি যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। নগাঁৱৰ পৰা বেদখলকাৰীত কঠোৰ সকীয়নি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ নেহৰুবালিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এক ডাঙৰ মন্তব্য কৰিছে। বেদখলকাৰীক কঠোৰ সকীয়নি দি উচ্ছেদ চলি যাব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।

নগাঁৱৰ পৰা বেদখলকাৰীত কঠোৰ সকীয়নি দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ নেহৰুবালিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে বেদখলকাৰীক কঠোৰ সকীয়নি কৈছে যে, যোৱা ৫ বছৰত ১.৫০ লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে। আৰু অহা ৫ বছৰত আকৌ ৫ লাখ বিঘা ভূমিত উচ্ছেদ চলিব।

মই বেদখলকাৰীৰ নাম, গাঁৱৰ নাম, ফৰেষ্টৰ নাম লিখি লৈছো।তাৰ পিছত তালিকা লৈ ঠায়ে ঠায়ে উচ্ছেদ চলোৱা হ’ব।মোক ভয় দেখুৱাই লাভ নাই, মই সেইবোৰলৈ ভয় নাখাও। উচ্ছেদ চলি আছিল আৰু মই থকালৈকে উচ্ছেদ চলাই যাম।

লগতে পঢ়ক: ভাৰতৰ প্ৰথটো Rail cum Road tunnel হ’ব অসমত; অসমবাসীক কেইবাটাও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে