‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়’; উন্নয়নৰ জয়যাত্ৰাক গৌৰৱ গগৈৰ উপলুঙা

‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়’; উন্নয়নৰ জয়যাত্ৰাক গৌৰৱ গগৈৰ উপলুঙা

মৰাণৰ জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ মুকলি কৰাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উন্নয়নৰ জয়যাত্ৰাক উপলুঙা গৌৰৱ গগৈৰ শনিবাৰে মৰাণৰ জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ উদ্ধোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ পিছতে এতিয়া এই উন্নয়নৰ জয়যাত্ৰাক উপলুঙা কৰিছে

মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ মুকলি কৰাৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উন্নয়নৰ জয়যাত্ৰাক উপলুঙা গৌৰৱ গগৈৰ

শনিবাৰে মৰাণৰ  জৰুৰীকালীন বিমান অৱতৰণ(ELF) ৰ সূচল চাৰিলেনযুক্ত ৰাজপথ উদ্ধোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ পিছতে এতিয়া এই উন্নয়নৰ জয়যাত্ৰাক উপলুঙা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।মৰাণত হোৱা এয়াৰ শ্ব’ক তুচ্ছ তাচ্ছিল্য গোৰৱ গগৈৰ।

সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈয়ে দিয়া উত্তৰত অসমত হোৱা উন্নয়ণত তেওঁ যে সুখী নহয় তাক দেখিবলৈ পোৱা গৈছে।

গৌৰৱ গগৈয়ে কয় যে, ‘মৰাণত বিমান অৱতৰণ কৰাটো ডাঙৰ কথা নহয়, বিমানৰ ভাড়া কিমান সেয়াহে গুৰুত্বপূৰ্ণ।বিমান বন্দৰত একাপ চাহৰ দামো কিমান সেয়াহে বেছি গুৰুত্বপূৰ্ণ।

মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব’ৰ পৰা অসমীয়াৰ কি লাভ হ’ব। মৰাণত বিমান অৱতৰণ কৰাতকৈ আমেৰিকাৰ জেফ্ৰি এপষ্টেইন ফাইলছ বেছি গুৰুত্বপূৰ্ণ। সাংসদ গৰাকীয়ে হাইৱেত বিমান নমালে অসমৰ কি উন্নয়ন হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: মৰাণৰ আকাশত গৰজি উঠিল সুখয়, ৰাফেল আৰু হাৰ্কিউলিচ C 130J; ৰচনা হ’ল নতুন ইতিহাসৰ

শেহতীয়া প্ৰৱন্ধসমূহ