বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা; BTC ত নহয় SR

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা; BTC ত নহয় SR!

SR ক লৈ দেশ জুৰি চলি আছে চৰ্চা। কিন্তু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। দেশজুৰি SR ক লৈ চৰ্চা চলি আছে। সেই চৰ্চাৰ মাজতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। হাগ্ৰামা মহিলাৰীয়ে কৈছে য়ে, BTC ৰ

SR ক লৈ দেশ জুৰি চলি আছে চৰ্চা। কিন্তু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।

দেশজুৰি SR ক লৈ চৰ্চা চলি আছে। সেই চৰ্চাৰ মাজতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে কৈছে য়ে, BTC ৰ ৫ জিলাত বন্ধ থাকিব SR প্ৰক্ৰিয়া।কোকৰাঝাৰ ,চিৰাং, বাক্সা, ওদালগুৰি, আৰু তামুলপুৰত নহয় SR প্ৰক্ৰিয়া। SR প্ৰক্ৰিয়াৰ নামত চৰকাৰে কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব।

SRক লৈ বিটিচি চলি আহিছিল বিতৰ্ক। তাৰ বাবে BTC ৰ জনতাক আতংকিত নহ’বলৈ ক’লে হাগ্ৰামা মহিলাৰীয়ে। BTCৰ ৫খন জিলাৰ উপায়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হৈছিল বৈঠক।

ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱাৰ বৈঠকত সাময়িক ভাৱে বন্ধ ৰখা হয় SR।এই বৈঠকত কোকৰাঝাৰ ,চিৰাং, বাক্সা, ওদালগুৰি, আৰু তামুলপুৰ জিলাৰ উপায়ুক্ত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: ২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা