ৰাঘোপুৰত সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট; ৩০০০ হাজাৰ ভোটত পিছ পৰি আছে তেজস্বী যাদৱ

ৰাঘোপুৰত সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট; পিছ পৰি আছে তেজস্বী যাদৱ

পিছ পৰি আছে তেজস্বী যাদৱ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। তাৰ মাজতে ৰাঘোপুৰৰ পৰা এক ডাঙৰ খবৰ আহিছে। চতুৰ্থ ৰাউণ্ডৰ পিছত পিছ পৰিছে তেজস্বী যাদৱ। ৩০১৬টা ভোটত পিছত পৰিছে তেজস্বী। তেজস্বীক পিছ পেলাই আগবাঢ়ি আছে বিজেপিৰ সতীশ কুমাৰ। সতীশ কুমাৰ সেইজন নেতা যিয়ে এসময়ত

পিছ পৰি আছে তেজস্বী যাদৱ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। তাৰ মাজতে ৰাঘোপুৰৰ পৰা এক ডাঙৰ খবৰ আহিছে। চতুৰ্থ ৰাউণ্ডৰ পিছত পিছ পৰিছে তেজস্বী যাদৱ। ৩০১৬টা ভোটত পিছত পৰিছে তেজস্বী।

তেজস্বীক পিছ পেলাই আগবাঢ়ি আছে বিজেপিৰ সতীশ কুমাৰ। সতীশ কুমাৰ সেইজন নেতা যিয়ে এসময়ত তেজস্বীৰ মাতৃ ৰাবৰি দেৱীকো নিৰ্বাচনত পৰাস্ত কৰিছিল।

লগতে পঢ়ক: প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে  ১২২খনতকৈ অধিক আসনত