CIDৰ কাৰ্যালয়ত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
অব্যাহত আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। CIDৰ কাৰ্যালয়ত ইজনৰ পিছত সিজনৰ গ্ৰহণ কৰা হৈছে ভাষ্য।
তাৰ মাজতে শুকুৰবাৰে পুৱা চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ।প্ৰথমবাৰৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় গৰিমা গাৰ্গ।
গৰিমা গাৰ্গৰ লগত আছিল জুবিনৰ ভগ্নী পামী বৰঠাকুৰ।SIT ক ভাষ্য প্ৰদান কৰিব গৰিমা শইকীয়া গাৰ্গে।
লগতে পঢ়ক: ‘একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP’; মুখ্যমন্ত্ৰী









