সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি –জুবিন গাৰ্গৰ সমাধিৰ কাষত হঠাৎ গঢ়ি উঠিছে অবৈধ দোকান -শীঘ্ৰে এই দোকান-পোহাৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ -৬ দিনৰ ভিতৰত দোকানসমূহ উঠাই নিয়াৰ বাবে নিৰ্দেশ জাৰি -অচিনাকি লোকে নিশাটোৰ ভিতৰতে দিছে দোকান-পোহাৰ -দোকান-পোহাৰসমূহত অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি

জুবিন গাৰ্গৰ সমাধিৰ কাষত হঠাৎ গঢ়ি উঠিছে অবৈধ দোকান

-শীঘ্ৰে এই দোকান-পোহাৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ

-৬ দিনৰ ভিতৰত দোকানসমূহ উঠাই নিয়াৰ বাবে নিৰ্দেশ জাৰি

-অচিনাকি লোকে নিশাটোৰ ভিতৰতে দিছে দোকান-পোহাৰ

-দোকান-পোহাৰসমূহত অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ

-ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে জাননী

-দোকানসমূহত গুটখাকে ধৰি আন আন অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ

-শীঘ্ৰে দোকানসমূহ উঠাই নিনিলে চলিব উচ্ছেদ

লগতে পঢ়ক : ‘হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ’;মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ