১৪ দিনৰ জিম্মা উকলিলঃ হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ'ল শ্যামকানু-সিদ্ধাৰ্থক

১৪ দিনৰ জিম্মা উকলিলঃ হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ’ল শ্যামকানু-সিদ্ধাৰ্থক

হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ’ল শ্যামকানু-সিদ্ধাৰ্থক -অন্ত পৰিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তৰ চি আই ডি জিম্মাৰ -বুধবাৰে মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল এই অভিযুক্তক -আদালতত হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু

হেণ্ডকাফ লগাই আদালতলৈ নিয়া হ’ল শ্যামকানু-সিদ্ধাৰ্থক

-অন্ত পৰিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তৰ চি আই ডি জিম্মাৰ

-বুধবাৰে মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল এই অভিযুক্তক

-আদালতত হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

-জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যকো হাজিৰ কৰোৱা হ’ল আদালতত

-১৪ দিনৰ চি আই ডিৰ জিম্মাত আছিল শ্যামকানু-সিদ্ধাৰ্থ

-SITএ আজি পুনৰ জিম্মাত নিবিচাৰে এই কেইজনক

-ন্যায়ালয়ে পোনে পোনে কাৰাগাৰলৈ প্ৰেৰণ কাৰাৰ সম্ভাৱনা

-১৭ অক্টোবৰত উকলিব শেখৰ আৰু অমৃতপ্ৰভাৰ জিম্মাৰ ম্যাদ

লগতে পঢ়ক : ভাইৰেল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন : কি ক’লে এছ আই টিৰ মুৰব্বীয়ে ?

শেহতীয়া প্ৰৱন্ধসমূহ