কিছু সময় পিছতেই সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…

কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…

কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা -সূৰ্যোদয়ৰ লগে লগে আৰম্ভ হ’ ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা –GMCH আৰু AIIMS ৰ চিকিৎসকৰ তত্বাৱধানত সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা -দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা -মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ

কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

-সূৰ্যোদয়ৰ লগে লগে আৰম্ভ হ’ ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

GMCH আৰু AIIMS ৰ চিকিৎসকৰ তত্বাৱধানত সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা

-দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

-মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হ’ব সৰুসজাইলৈ

-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ

-কিছু সময় পিছতেই সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা

-সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা হৈছে ভিডিঅ’গ্ৰাফী

-ডেৰ ঘন্টা সময় প্ৰয়োজন হ’ব এই সমগ্ৰ মৰণোত্তৰ পৰীক্ষাত

-ইয়াৰ পিছতে লৈ যোৱা হ’ব সৰুসজাইলৈ

-সৰুসজাই পৰা পোনে পোনে লৈ যোৱা হ’ব সোণাপুৰৰ কমাৰকুছিলৈ

-আজি ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ

-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়

-সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু

-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ

-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ

লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ