ৰাজ্যসভা নিৰ্বাচন

ঘোষণা কৰা হ’ল অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন; একেদিনাই ঘোষণা হ’ব ফলাফল

ৰাজ্যসভা নিৰ্বাচন অসমত ঘোষণা কৰা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ দিন। দুখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৯ জুনত হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। অৱশ্যে মাত্ৰ দুখন আসনৰ বাবে একেদিনাই ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল।জানিব পৰা মতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ জুন।আৰু মনোনয়ন

ৰাজ্যসভা নিৰ্বাচন

অসমত ঘোষণা কৰা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ দিন। দুখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৯ জুনত হ’ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।

অৱশ্যে মাত্ৰ দুখন আসনৰ বাবে একেদিনাই ঘোষণা কৰা হ’ব নিৰ্বাচনী ফলাফল।জানিব পৰা মতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ জুন।আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন।

সাংসদ মিছনৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আসনৰ বিপৰীতে হ’ব এই নিৰ্বাচন । ১৪ জুনত খালী হ’ব ৰাজ্যসভাৰ আসন দুখন ।    

লগতে পঢ়ক: উৎকট গৰম; এইখন ৰাজ্যত আগুৱাই দিয়া হ’ল বিদ্যালয়ৰ গৰমৰ বন্ধ

শেহতীয়া প্ৰৱন্ধসমূহ