জল্পনা-কল্পনাৰ অন্ত; আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

আৰু মাত্ৰ কেইটামান মূহুৰ্ত বাকী আৰু কিছু সময়ৰ পিছতেই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে এই কথা। ৱেবছাইটযোগে শিক্ষাৰ্থী সকলে লাভ কৰিব এই ফলাফল। ৪.৩০ লাখ শিক্ষাৰ্থী

আৰু মাত্ৰ কেইটামান মূহুৰ্ত বাকী আৰু কিছু সময়ৰ পিছতেই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব ফলাফল।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে ঘোষণা কৰিলে এই কথা। ৱেবছাইটযোগে শিক্ষাৰ্থী সকলে লাভ কৰিব এই ফলাফল।

৪.৩০ লাখ শিক্ষাৰ্থী এইবাৰ অৱতীৰ্ণ হৈছিল পৰীক্ষাত। অৱশ্যে চলিত বৰ্ষতো মেট্ৰিকত নাথাকিব শীৰ্ষস্থানৰ ব্যৱস্থা। শিক্ষাৰ্থী সকলে Sebaonline.org/result  আৰু resultsassam.nic.in এই কেইটা ৱেবচাইটৰ যোগে লাভ কৰিব ফলাফল।

শেহতীয়া প্ৰৱন্ধসমূহ