-ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
-সমাজ অধ্যয়নৰ প্ৰশ্নকাকতত দিয়া হব অতিৰিক্ত নম্বৰ
-ছেবাৰ সৈতে ইতিমধ্যে আলোচনা চৰকাৰৰ
-সমাজ অধ্যয়নৰ প্ৰশ্নকাকত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে
-ইয়াৰ পিছতেই চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত
-প্ৰতিগৰাকী পৰিক্ষাৰ্থীকে সমাজ অধ্যয়ন বিষয়ত দিয়া হব অতিৰিক্ত নম্বৰ
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা