মৰিয়নিত নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।পিংকু হাতীবৰুৱা নামৰ যুৱকৰ আক্ৰমনত আন এজন যুৱক নিহত হয়।নকছাৰী তিৰুৱাল চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা।
সুন্টো ঘাটোৱাল নামৰ যুৱকজনকক ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিংকু হাতীবৰুৱা নামৰ যুৱকজনক।গুৰুত্বৰ ভাৱে আহত হয় মিন্টু ঘাটোৱাল নামৰ আন এজন যুৱক।
তাৰ পিছতে হত্যাকাৰী পিংকু হাতীবৰুৱাৰ বাসগৃহত কেইবা শতাধিক উত্তেজিত ৰাইজ উপস্থিত হৈ বাসগৃহটোৰ লগতে এখন বাহন ভাঙি লণ্ড ভণ্ড। পিছত দেবেৰাপাৰ আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে।