-দেশৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত ড০ হিমন্ত বিশ্ব শৰ্মা
-আগশাৰী সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাত এই তথ্য
-২০২৫ চনৰ মোড অৱ দ্যা নেশ্যনৰ সমীক্ষা
-ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থান ড০ হিমন্ত বিশ্ব শৰ্মাক
-অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ আৰু কৰ্ণাটক ইত্যাদিক অতিক্ৰম অসমৰ মুখ্যমন্ত্ৰীৰ
-ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত এক উল্লেখিত নেতা হিচাপে চিহ্নিত মুখ্যমন্ত্ৰী
-ৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বতকৈ জনপ্ৰিয়তা বাঢ়িছে অমসৰ মুখ্যমন্ত্ৰীৰ
-৫৫.৪% ৰেটিঙৰ সৈতে অতিক্ৰম কৰিছে কেইবাজনো সমকক্ষক
-ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু শাসনৰ উৎকৃষ্টতাক পুনৰ নিশ্চিত কৰিছে
-যোৱা ২ বছৰত পূৰ্বতকৈ ৬% ৰেটিং বাঢ়িছে মুখ্যমন্ত্ৰীৰ
-বিগত ৩ বছৰত অসমে আন্তঃ গাঠনি, স্বাস্থ্য সেৱা, শিক্ষা, আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত লাভ কৰিছে অগ্ৰগতি
-এডভান্টেজ আসাম ২.০ৰ পূৰ্বে এই খবৰ ইতিবাচক
-বিনিয়োগৰ গন্তব্যস্থান হিচাপে অসমৰ আহ্বানক এক শক্তিশালী বাৰ্তা হিচাপে গ্ৰহণ কৰিছে