মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা…একে পৰিয়ালৰে ৩ সদস্যৰ মৃতদেহ উদ্ধাৰ

মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা…একে পৰিয়ালৰে ৩ সদস্যৰ মৃতদেহ উদ্ধাৰ

-গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা -একে পৰিয়ালৰে ৩ সদস্যৰ সৈতে ভয়ংকৰ কাণ্ড -পত্নী-কন্যাৰ লগত ভয়ংকৰ কাণ্ড লোহিত ঠাকুৰীয়াৰ -লোহিত ঠাকুৰীয়াৰ লগতো ভয়ংকৰ কাণ্ড -লোহিত ঠাকুৰীয়াৰ পত্নী জুলি ডেকা -কন্যাৰ নাম ঋত্বিকা ডেকা -ৰেলৱে কলনীৰ আৱাসী আছিল পৰিয়ালটো -জুলি ডেকা আছিল ৰেলৱে বিভাগৰ কৰ্মচাৰী -আনহাতে লোহিত

-গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা

-একে পৰিয়ালৰে ৩ সদস্যৰ সৈতে ভয়ংকৰ কাণ্ড

-পত্নী-কন্যাৰ লগত ভয়ংকৰ কাণ্ড লোহিত ঠাকুৰীয়াৰ

-লোহিত ঠাকুৰীয়াৰ লগতো ভয়ংকৰ কাণ্ড

-লোহিত ঠাকুৰীয়াৰ পত্নী জুলি ডেকা

-কন্যাৰ নাম ঋত্বিকা ডেকা

-ৰেলৱে কলনীৰ আৱাসী আছিল পৰিয়ালটো

-জুলি ডেকা আছিল ৰেলৱে বিভাগৰ কৰ্মচাৰী

-আনহাতে লোহিত ঠাকুৰীয়া আছিল গেৰেজৰ কৰ্মচাৰী

-শোৱনি কোঠাত উদ্ধাৰ তিনিওগৰাকী

শেহতীয়া প্ৰৱন্ধসমূহ