অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ; CID ৰ কাৰ্যালয়ত হাজিৰ

পুনৰ CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব লগা হ’ল ইউটিউবাৰ অভিষেক ক’ৰ।এটা শ্ব’ত অসমৰ যুৱতীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছচিয়েল ইনফ্লুৱেঞ্চাৰগৰাকী। সোমবাৰৰ দিনটোত প্ৰায় ৬ ঘন্টা জেৰা চলাইছিল ইনফ্লুৱেঞ্চাৰগৰাকী। জেৰাৰ অন্তত যাবলৈ দিয়া হয় অভিষেক ক’ৰক। কিন্তু পুনৰ আজি CID য়ে তলৱ কৰা হৈছে

পুনৰ CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব লগা হ’ল ইউটিউবাৰ অভিষেক ক’ৰ।এটা শ্ব’ত অসমৰ যুৱতীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত মুম্বাইৰ ছচিয়েল ইনফ্লুৱেঞ্চাৰগৰাকী।

সোমবাৰৰ দিনটোত প্ৰায় ৬ ঘন্টা জেৰা চলাইছিল ইনফ্লুৱেঞ্চাৰগৰাকী। জেৰাৰ অন্তত যাবলৈ দিয়া হয় অভিষেক ক’ৰক। কিন্তু পুনৰ আজি CID য়ে তলৱ কৰা হৈছে অভিষেক ক’ৰক।

তিনি অধিবক্তা সহ CID কাৰ্যালয়ত হাজিৰ ছচিয়েল ইনফ্লুৱেঞ্চাৰ গৰাকী। এটা পডকাষ্টত অসমত তন্ত্ৰ -মন্ত্ৰৰে যুৱতীক জন্তু বনাই অবৈধ কাৰ্য কৰা বুলি বিতৰ্কিত মন্তব্য কৰিছিল অভিষেকে।

সমগ্ৰ বিষয় সন্দৰ্ভত অসম আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই CID য়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তলৱ কৰে ইনফ্লুৱেঞ্চাৰ অভিষেকক।

আৰক্ষীয়ে CID Cyber থানাত ১/২৫ ত গোচৰ ৰুজু কৰিছিল অভিষেকৰ বিৰুদ্ধে। FSL ৰিপোৰ্ট সংগ্ৰহ কৰাৰ অন্তত যাবলৈ দিয়া দিয়া ইনফ্লুয়েঞ্চাৰ অভিষেকক।

অভিযুক্ত অভিষেকক ভি আই পি ট্ৰিটমেণ্ট কৰাৰ চেষ্টা চি আই ডিৰ।  সংবাদমাধ্যমৰ পৰা অভিষেকক দূৰত ৰখাৰ চেষ্টা চি আই ডিৰ

শেহতীয়া প্ৰৱন্ধসমূহ