জঘন্য;  ১৪ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন শিলচৰ বিশ্ববিদ্যালয়ৰ কৰ্মীৰ  

শিলচৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা । বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ কৰ্মচাৰী ফাৰুক আহমেদৰ বিৰুদ্ধ এগৰাকী ১৪ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মীৰ ঘৰত আছিল নাবালিকা গৰাকী। ঘৰত কোনো নথকাৰ সুযোগ লৈ ফাৰুক আহমেদে নাবালিকাগৰাকীক ফুচুলাই বিভাগটোৰ এটা কক্ষলৈ লৈ

শিলচৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত হল এক জঘন্য ঘটনা । বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ কৰ্মচাৰী ফাৰুক আহমেদৰ বিৰুদ্ধ এগৰাকী ১৪ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

বিশ্ববিদ্যালয়ৰ এগৰাকী কৰ্মীৰ ঘৰত আছিল নাবালিকা গৰাকী। ঘৰত কোনো নথকাৰ সুযোগ লৈ  ফাৰুক আহমেদে নাবালিকাগৰাকীক ফুচুলাই বিভাগটোৰ এটা কক্ষলৈ লৈ যায় । আৰু তাতে নাবালিকা গৰাকীৰ যৌন নিৰ্যাতন চলায়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত নাবালিকা গৰাকীৰ পৰিয়ালে বিশ্ববিদ্যালয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। ঘটনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত চাঞ্চল্যৰ সৃষ্টি হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ