অৱশেষত সন্ধান ওলাল মহাকুম্ভমেলাত সন্ধানহীন অসমৰ মহিলাৰ

দুটা দিনৰ অন্তত অৱশেষত সন্ধান ওলাল মঞ্জু দেৱী আগৰৱালাৰ। মহাকুম্ভমেলাত নিখোজ হৈছিল বিশ্বনাথ চাৰিআলিৰ মহিলা গৰাকী। ২৯ জানুৱাৰীৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী। অৱশেষত প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনত উদ্ধাৰ হয় মহিলা গৰাকী।জানিব পৰা মতে প্ৰয়াগ ৰাজৰ অঘৰী বাবাৰ কেম্পত আছিল মহিলা গৰাকী । গুৱাহাটীৰ

দুটা দিনৰ অন্তত অৱশেষত সন্ধান ওলাল মঞ্জু দেৱী আগৰৱালাৰ। মহাকুম্ভমেলাত নিখোজ হৈছিল বিশ্বনাথ চাৰিআলিৰ মহিলা গৰাকী। ২৯ জানুৱাৰীৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী।

অৱশেষত প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনত উদ্ধাৰ হয় মহিলা গৰাকী।জানিব পৰা মতে প্ৰয়াগ ৰাজৰ অঘৰী বাবাৰ কেম্পত আছিল মহিলা গৰাকী ।

গুৱাহাটীৰ এগৰাকী ব্যক্তিয়ে মহিলা গৰাকীক অঘৰী বাবাৰ আখাৰাৰ পৰা উদ্ধাৰ কৰি লৈ আহিছিল ৰে’লৱে ষ্টেচনলৈ ৷ উদ্ধাৰৰ পিছত মহিলা গৰাকীক পৰিয়ালৰ লোকে চমজি লয়।

শেহতীয়া প্ৰৱন্ধসমূহ