ভয়ংকৰ ; ৰোগী কঢ়িয়াই নিয়াৰ সময়তেই দুৰ্ঘটনাত পতিত ১০৮ বাহন

ডিব্ৰুগড় লেঙেৰীৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল ১০৮ বাহন । দুৰ্ঘটনাটোৰ ফলত আশা কৰ্মীসহ কেইবা জনো অহত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জয়পুৰৰ পৰা অসম মেডিকেল কলেজলৈ

ডিব্ৰুগড় লেঙেৰীৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল ১০৮ বাহন ।

দুৰ্ঘটনাটোৰ ফলত আশা কৰ্মীসহ কেইবা জনো অহত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জয়পুৰৰ পৰা অসম মেডিকেল কলেজলৈ ৰোগী কঢ়িয়াই নিছিল এম্বুলেন্স খনে। সেই সময়তে দুৰ্ঘটনাত পতিত হয় ১০৮ বাহনখন।

শেহতীয়া প্ৰৱন্ধসমূহ