শোকাৱহ; অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী

উৰুকাৰ প্ৰাকক্ষণত ৰহাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী। নিহত লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। ৰহাৰ দীঘলীআটিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ।

উৰুকাৰ প্ৰাকক্ষণত ৰহাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী। নিহত লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

ৰহাৰ দীঘলীআটিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ।

শেহতীয়া প্ৰৱন্ধসমূহ