যুৱতীক ৰাজপথতে হত্যাৰ চেষ্টা কৰা আজুল হকলৈ আৰক্ষীৰ গুলিচালনা ; বাওঁ ভৰিত লাগিছে গুলি

মহানগীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। নিশা একাউণ্টৰ আজুল হকক। আৰক্ষীৰ বেহু ফালি পলাব বিছাৰোতেই আজুল হ’কলৈ গুলি হাতীগাওঁ আৰক্ষীৰ। বাওঁ ভৰিত গুলি লাগিছে আজুল হকৰ। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে আজুল হ’ক। শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গোল্ডেন পথত ৰাজপথতে সোণালী দাস নামৰ যুৱতী গৰাকীক আজুল হ’কে

মহানগীত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। নিশা একাউণ্টৰ আজুল হকক। আৰক্ষীৰ বেহু ফালি পলাব বিছাৰোতেই আজুল হ’কলৈ গুলি হাতীগাওঁ আৰক্ষীৰ। বাওঁ ভৰিত গুলি লাগিছে আজুল হকৰ।

সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে আজুল হ’ক। শুকুৰবাৰে সন্ধিয়া ভেটাপাৰাৰ গোল্ডেন পথত ৰাজপথতে সোণালী দাস নামৰ যুৱতী গৰাকীক আজুল হ’কে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা কৰিছিল।

খোজকাঢ়ি গৈ থকা অৱস্থাতে সোণালী দাসক আক্ৰমণ কৰিছিল আজুল হ’কে। পিছত সংকটজনক অৱস্থাত যুৱতী গৰাকীক GMCHত ভৰ্তি কৰোৱা হৈছিল।ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল আক্ৰমণকাৰী আজুল হকে।

কিন্তু ৰাইজে খেদি খেদি কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছিল আজুলক। আৰু আৰক্ষীৰ ওচৰৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলিচালনা কৰি আজুলক। সম্প্ৰতি গুলীবিদ্ধ আজুল হক GMCHত চিকিৎসাধীন অৱস্থাত আছে।

শেহতীয়া প্ৰৱন্ধসমূহ