মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ ৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা

৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানী, ৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা

-মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ-৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা-খাৰঘূলীত জলবৰ্ডৰ পানীৰ পাই ফুটি হাহাকাৰ অৱস্থা-ভয়ংক জল বিস্ফোৰণত ধ্বংসস্তুপত পৰিণত কেইবাটাও বাসগৃহ-চূৰ্ণ-বিচূৰ্ন কেইবাখনো বাহন, ক্ষতিগ্ৰস্ত কেইবাখনো দোকান-কথমপি প্ৰাণ ৰক্ষা পৰিছে অঞ্চলটোৰ বহু লোকৰ-খাৰঘূলীৰ পথত এতিয়া একাঁঠু পৰ্যন্ত পানী-জলমগ্ন পথত জনজীৱন ব্যহত জনতাৰ-উদ্ধাৰ অভিযান অব্যাহত

-মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ
-৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা
-খাৰঘূলীত জলবৰ্ডৰ পানীৰ পাই ফুটি হাহাকাৰ অৱস্থা
-ভয়ংক জল বিস্ফোৰণত ধ্বংসস্তুপত পৰিণত কেইবাটাও বাসগৃহ
-চূৰ্ণ-বিচূৰ্ন কেইবাখনো বাহন, ক্ষতিগ্ৰস্ত কেইবাখনো দোকান
-কথমপি প্ৰাণ ৰক্ষা পৰিছে অঞ্চলটোৰ বহু লোকৰ
-খাৰঘূলীৰ পথত এতিয়া একাঁঠু পৰ্যন্ত পানী
-জলমগ্ন পথত জনজীৱন ব্যহত জনতাৰ
-উদ্ধাৰ অভিযান অব্যাহত

শেহতীয়া প্ৰৱন্ধসমূহ