হাতত গোলাপ , মুখত হাঁহি; প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীয়ে লালু প্ৰসাদ যাদৱক বিশেষ ধৰণে জনালে নতুন বছৰৰ শুভেচ্ছা

সমগ্ৰ দেশতে অতি ধুমধামেৰে নৱবৰ্ষ উদযাপন কৰা হৈছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীয়েও তেওঁৰ স্বামী লালু প্ৰসাদ যাদৱক তেওঁৰ জন্মদিনৰ বাবে অভিনন্দন জনাইছে। ৰাবড়ী দেৱীয়ে লালু যাদৱক ফুল আগবঢ়োৱা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ফটো কেইখন পোষ্ট কৰি তেওঁ লিখিছে যে “মোৰ মৰমৰ চাহেবলৈ নৱবৰ্ষৰ

সমগ্ৰ দেশতে অতি ধুমধামেৰে নৱবৰ্ষ উদযাপন কৰা হৈছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীয়েও তেওঁৰ স্বামী লালু প্ৰসাদ যাদৱক তেওঁৰ জন্মদিনৰ বাবে অভিনন্দন জনাইছে।

ৰাবড়ী দেৱীয়ে লালু যাদৱক ফুল আগবঢ়োৱা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ফটো কেইখন পোষ্ট কৰি তেওঁ লিখিছে যে “মোৰ মৰমৰ চাহেবলৈ নৱবৰ্ষৰ শুভেচ্ছা”

খবৰ অনুসৰি বিহাৰৰ নৱনিযুক্ত ৰাজ্যপাল আৰিফ মহম্মদ খানেও সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু লালু প্ৰসাদক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে।

ৰাজ্যপাল ৰাবড়ীৰ বাসগৃহলৈ যোৱাৰ পূৰ্বে বিৰোধী দলৰ নেতা তেজস্বী যাদৱেও ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ