বানত ক্ষতিগ্ৰস্তৰ বাবে ভাল খবৰ;  চৰকাৰে মুকলি কৰিলে ধন

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। যোৰহাটত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে পাব ধন। উপকৃত হ’ব ৬,৮৬,৮৮৭ টা পৰিয়াল। বানপানীত ক্ষতিগ্ৰস্ত ৬,৮৬,৮৮৭ টা পৰিয়ালৰ বাবে ধন মুকলি ৰাজ্য চৰকাৰৰ। ইয়াৰ বাবে মুঠ ৩৫৩ কোটি টকা

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। যোৰহাটত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে পাব ধন। উপকৃত হ’ব ৬,৮৬,৮৮৭ টা পৰিয়াল।

বানপানীত ক্ষতিগ্ৰস্ত ৬,৮৬,৮৮৭ টা পৰিয়ালৰ বাবে ধন মুকলি ৰাজ্য চৰকাৰৰ। ইয়াৰ বাবে মুঠ ৩৫৩ কোটি টকা মুকলি কৰিলে ৰাজ্য চৰকাৰে।

বানপানীৰ ঘৰ হেৰুওৱা,পশুধন হেৰুওৱা,ফিচাৰী হেৰুওৱা লোকেও পাব এই ধন। যোৰহাট জিলাৰ ক্ষতিগ্ৰস্থ সকলে আজি লাভ কৰিব ধন। ৩ বজাৰ লগে লগেই ক্ষতিগ্ৰস্ত সকলৰ একাউন্টত সোমাব ধন।

শেহতীয়া প্ৰৱন্ধসমূহ