শোকাৱহ ; দোকানৰ পৰা ঘৰলৈ উভতাৰ পথতেই মৃত্যু দীপক দেৱনাথৰ

বঙাইগাঁও জিলাৰ ডাঙাইগাওত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।অচিনাকি বাহনে পিছফালৰ পৰা খুন্দিায়াই এজন স্কুটী আৰোহী গৰাকীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দীপক দেৱনাথ । জানিব পৰা মতে পাতিলাদহাৰ হাৰ্ডৱেৰৰ দোকানী দীপক দেৱনাথে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় দুৰ্ঘটনাটো। পিছত ঘটনাস্থলীত গেৰুকাবাৰীৰ

বঙাইগাঁও জিলাৰ ডাঙাইগাওত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।অচিনাকি বাহনে পিছফালৰ পৰা খুন্দিায়াই এজন স্কুটী আৰোহী গৰাকীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দীপক দেৱনাথ ।

জানিব পৰা মতে পাতিলাদহাৰ হাৰ্ডৱেৰৰ দোকানী দীপক দেৱনাথে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় দুৰ্ঘটনাটো।

পিছত ঘটনাস্থলীত গেৰুকাবাৰীৰ আৰক্ষী উপস্থিত হৈ নিহত দীপক দেৱনাথ মৃত্যুদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাওঁ অসামৰিক চিকিৎসালৈ প্রেৰণ কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ