প্ৰথমখন কেবিনেটতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দিলে ভাল খবৰ। বৃদ্ধি হ’ল ২% মৰগীয়া বানচ ।
নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়েই প্ৰথমখন কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈও ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসম কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ অতিৰিক্ত ২ % মৰগীয়া বানচ বৃদ্ধি কৰিলে।পূৰ্বে এই বানচ ৫৮ % আছিল আৰু এই সিদ্ধান্তৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বানচ ৬০ % লৈ বৃদ্ধি পালে।
লগতে পঢ়ক: “১ আগষ্টৰ পৰা পুনৰ চেনি, চাউল, তেল লাভ কৰিব”;কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত








