ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ
চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ
-ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ
–চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা
-চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা
-প্ৰায় ৪ লাখ পৰিয়ালক দিয়া হ’ব মাটিৰ পট্টা
-মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা-চৰ্চা
-২৫ অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ’ব বৈঠক
-এটা পৰিয়ালক কিমান মাটি দিয়া হ’ব তাক লৈ হ’ব আলোচনা
-সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় ২ লাখ ৯০ হাজাৰ বিঘা ভূমি
লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা