ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ

চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ -ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ –চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা -চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা -প্ৰায় ৪ লাখ পৰিয়ালক দিয়া হ’ব মাটিৰ পট্টা -মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা-চৰ্চা -২৫ অক্টোবৰত

চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ

-ৰাজ্যৰ লাখ লাখ চাহ জনগোষ্ঠী পৰিয়ালৰ বাবে ভাল খবৰ

চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা

-চিলিং আইন সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা

-প্ৰায় ৪ লাখ পৰিয়ালক দিয়া হ’ব মাটিৰ পট্টা

-মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা-চৰ্চা

-২৫ অক্টোবৰত জিলা আয়ুক্ত আৰু বিধায়কসকলৰ সৈতে হ’ব বৈঠক

-এটা পৰিয়ালক কিমান মাটি দিয়া হ’ব তাক লৈ হ’ব আলোচনা

-সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় ২ লাখ ৯০ হাজাৰ বিঘা ভূমি

লগতে পঢ়ক : জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা

শেহতীয়া প্ৰৱন্ধসমূহ