জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা

জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা -জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ হ’ব -কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ চৰকাৰৰ -জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা –সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপত অনা হব -কামৰূপ জিলাৰ আয়ুক্তক নিৰ্দেশনা কেবিনেটৰ -সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে

জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা

-জুবিন ক্ষেত্ৰত মদ খোৱা মানুহৰ প্ৰৱেশ বন্ধ হ’ব

-কামৰূপ মহানগৰ প্ৰশাসনক নিৰ্দেশ চৰকাৰৰ

-জুবিন ক্ষেত্ৰক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা

সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি ব্যৱস্থিত ৰূপত অনা হব

-কামৰূপ জিলাৰ আয়ুক্তক নিৰ্দেশনা কেবিনেটৰ

-সমাধি ক্ষেত্ৰত কোনো কাৰণতে যাতে সুৰাপান কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা

-শীঘ্ৰে সোণাপুৰৰ স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি যুগুত কৰা হব নিৰ্দেশনা

-‘জুবিন গাৰ্গে কেতিয়াও ২৪ ঘন্টা মদ খাই থকা নাছিল’

-‘জুবিন গাৰ্গক শিল্পী হিচাপে, সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব লাগিব’

-‘জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ দৰে জুবিনক জীয়াই ৰাখিব লাগিব’

-‘জুবিন গাৰ্গক নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব’

-এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : লাভ জেহাদ আৰু বহুবিবাহৰ বিৰুদ্ধে শীঘ্ৰেই উত্থাপন হ’ব বিধেয়ক; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা