কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানি চলিব লাগিব এই সমূহ নিয়ম

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা; মানি চলিব লাগিব এই সমূহ নিয়ম

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈ পুৱা ৯ বজাৰ পৰাই আৰম্ভ হ’ব পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুঠ ১,০৪৬টা কেন্দ্ৰত

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১,০৪৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈ পুৱা ৯ বজাৰ পৰাই আৰম্ভ হ’ব পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৪ লাখ ৩৮ হাজাৰ ৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুঠ ১,০৪৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

পৰীক্ষা কেন্দ্ৰত সামান্য ভুল কৰিলেই বিপদত পৰিব পাৰে পৰীক্ষাৰ্থী।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি কেমেৰা আৰু সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধত চৰকাৰে ১৬৩ ধাৰা জাৰি কৰিছে।

পৰীক্ষাৰ সময়ত কেন্দ্ৰৰ ওচৰে-পাজৰে কোনো অচিনাকি লোকৰ সমাগমো নিষিদ্ধ কৰা হৈছে।জানিব পৰা মতে মুঠ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব উত্তৰ বহীৰ মূল্যায়ন প্ৰক্ৰিয়া

আনহাতে ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষা। ৮২১ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। HSৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৩০,৩৪৪ পৰীক্ষাৰ্থী।  

লগতে পঢ়ক: অনলাইন গেমেই কাল হ’ল মহম্মদ কাঈফৰ; ৰক্তচাপ বৃদ্ধি হৈ ফাটিলে মগজুৰ শিৰা