বিধানসভা নিৰ্বাচন : ৯ এপ্ৰিলত ৰাজ্যত বন্ধ ঘোষণা

বিধানসভা নিৰ্বাচন : ৯ এপ্ৰিলত ৰাজ্যত বন্ধ ঘোষণা

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন হিচাপে ৯ এপ্ৰিল, ২০২৬ তাৰিখটো সমগ্ৰ ৰাজ্যতে পেইড হলিডে’ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন হিচাপে ৯ এপ্ৰিল, ২০২৬ তাৰিখটো সমগ্ৰ ৰাজ্যতে পেইড হলিডে’ হিচাপে ঘোষণা কৰিছে । শ্ৰম কল্যাণ বিভাগৰ দ্বাৰা জাৰি কৰা এক জাননী অনুসৰি,

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন হিচাপে ৯ এপ্ৰিল, ২০২৬ তাৰিখটো সমগ্ৰ ৰাজ্যতে পেইড হলিডে’ হিচাপে ঘোষণা কৰিছে

ৰাজ্য চৰকাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন হিচাপে ৯ এপ্ৰিল, ২০২৬ তাৰিখটো সমগ্ৰ ৰাজ্যতে পেইড হলিডে’ হিচাপে ঘোষণা কৰিছে । শ্ৰম কল্যাণ বিভাগৰ দ্বাৰা জাৰি কৰা এক জাননী অনুসৰি, এই ছুটি সকলো কল-কাৰখানা, চাহ বাগান, দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান, মনোৰঞ্জনস্থলী, ঠিকাভিত্তিক প্ৰতিষ্ঠান, ফাৰ্ম, উদ্যোগ আৰু বিত্তীয় তথা বেংকিং প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ বিধানৰ অধীনত শ্ৰমিক আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ দিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিধানসভা নিৰ্বাচনৰ সময়ত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ নিৰ্বাচন বিভাগৰ নিৰ্দেশনা অনুসৰি এই জাননী জাৰি কৰা হৈছে ।

লগতে পঢ়ক : অসম বিধানসভা নিৰ্বাচন: মনোনয়নৰ যুঁজত ৮১৮ গৰাকী প্ৰাৰ্থী

শেহতীয়া প্ৰৱন্ধসমূহ