‘ADRE’

ভাল খবৰ; ১০ অক্টোবৰত ঘোষণা কৰা হ’ব ‘ADRE’ ৰ ৩য় বৰ্গৰ ফলাফল

১০ অক্টোবৰত ‘ADRE’ ৰ ৩য় বৰ্গৰ ফলাফল ‘ADRE’ ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বাবে ভালখবৰ। অক্টোবৰতে ঘোষমা কৰা হ’ব ফলাফল।ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভালখবৰ দিছে পৰীক্ষাৰ প্ৰাৰ্থী সকলক। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ১০

১০ অক্টোবৰত ‘ADRE’ ৰ ৩য় বৰ্গৰ ফলাফল

‘ADRE’ ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বাবে ভালখবৰ। অক্টোবৰতে ঘোষমা কৰা হ’ব ফলাফল।ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভালখবৰ দিছে পৰীক্ষাৰ প্ৰাৰ্থী সকলক।

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ১০ অক্টোবৰত ‘ADRE’ ৰ ৩য় বৰ্গৰ ফলাফল আৰু ১৫ অক্টোবৰত চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব।

ইফালে ১২ অক্টোবৰত ঘোষণা কৰা হ’ব স্বাস্থ্য বিভাগৰ ফলাফল।পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক নৱেম্বৰ মাহতে দিয়া হ’ব নিযুক্তি।   

লগতে পঢ়ক: ‘৬ অক্টোবৰত আহিব লাগিব ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী