মুখ্যমন্ত্ৰী

‘৬ অক্টোবৰত আহিব লাগিব ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া’; মুখ্যমন্ত্ৰী

আহিব লাগিব ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া;মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে,-জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে। ৬ অক্টোবৰত ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া CIDৰ তদন্তত আহিব লাগিব।ইন্টাৰপুলৰ জৰিয়তে শ্যামকানু,

আহিব লাগিব ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া;মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে,-জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে।

৬ অক্টোবৰত ছিংগাপুৰৰ ৮ গৰাকী প্ৰৱাসী অসমীয়া CIDৰ তদন্তত আহিব লাগিব।ইন্টাৰপুলৰ জৰিয়তে শ্যামকানু, সিদ্ধাৰ্থলৈও দিয়া হৈছে লুকআউট নটিচ। কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব শ্যামকানু, সিদ্ধাৰ্থ।

শ্যামকানু, সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ ৮ জন প্ৰৱাসী অসমীয়া আহিব লাগিব CIDৰ তদন্তত। তেওঁলোক আটাইকেইজন CIDৰ সন্মুখীন হ’ব লাগিব। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে নটিচ।

লগতে পঢ়ক: বড়োভূমিত উৰিল BPF ৰ পতাকা; গাদীচ্যুত প্ৰমোদ বড়ো

শেহতীয়া প্ৰৱন্ধসমূহ