মেঘালয়ৰ এই কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছিল সীমান্তৱৰ্তী অসমীয়া লোকে
-সীমা বিবাদক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত অসম-মেঘালয় সীমান্ত ভালুকমাৰী
-নিৰাপত্তাহীনতাত ভুগিছে সীমান্তৱৰ্তী বহু অসমীয়া লোক
-প্ৰাণৰ মমতাত ঘৰ-দুৱাৰ এৰিবলগীয়া পৰিস্থিতি হৈছে সীমান্ত অঞ্চলত
-ভালুকমাৰীৰ প্ৰায় ৩৬টা পৰিয়ালৰ আশ্ৰয় গ্ৰহণ বিদ্যালয়ত
-২৫ জুলাইত মেঘালয়ে বকোৰ ভালুকমাৰী গাঁও নৰ্থ গাৰো হিলছৰ অন্তৰ্ভুক্ত বুলি লগাইছিল চাইনবোৰ্ড
-মেঘালয়ৰ এই কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছিল সীমান্তৱৰ্তী অসমীয়া লোকে
-একাংশ অসমীয়া লোকক প্ৰহাৰৰ কৰাৰ অভিযোগত বকো থানাত দাখিল কৰিছিল এজাহাৰ
-মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰে সীমা সমস্যা সমাধান কৰাৰ দাবী সীমান্তৱৰ্ত অসমীয়া লোকৰ
লগতে পঢ়ক : অৱশেষত উদ্ধাৰ হ’ল দুদিন ধৰি সন্ধানহীন হৈ থকা বন বিভাগৰ ২৬ জনীয়া দল









