ঘোষণা হ'ল HS পৰীক্ষাৰ ফলাফল; শীৰ্ষ স্থানত বজালী জিলা

ঘোষণা হ’ল HS পৰীক্ষাৰ ফলাফল; শীৰ্ষ স্থানত বজালী জিলা

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ১২ টাকৈ বেৱচাইট যোগে ঘোষণা কৰা হ’ল ফলাফল। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৭৪ শতাংশ, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ। ইয়াৰে কলা শাখাৰ প্ৰথম

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ১২ টাকৈ বেৱচাইট যোগে ঘোষণা কৰা হ’ল ফলাফল। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৭৪ শতাংশ,  কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ।

ইয়াৰে কলা শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৫৪৭৫৫ গৰাকী, দ্বিতীয় বিভাগত ৭৯১৮১ গৰাকী আৰু তৃতীয় বিভাগত ৫৭৮৬২ গৰাকী। আনহাতে বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৭৭৮৭ গৰাকী, দ্বিতীয় বিভাগত ৫৬৯৪ আৰু তৃতীয় বিভাগত ২৩১৫ গৰাকী আৰু বিজ্ঞান শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪০৭৯ গৰাকী, দ্বিতীয় বিভাগত ১৭৭৭৭ গৰাকী আৰু তৃতীয় বিভাগত ২৬১৮ গৰাকী।

কলা শাখাত ফলাফলৰ শীৰ্ষত বাক্সা জিলা । বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২৯ । বাণিজ্য শাখাত ফলাফলৰ শীৰ্ষত  মাজুলী জিলা।  

লগতে পঢ়ক: আহি গ’ল ফলাফলৰ ৱেবচাইট; ১২টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল

শেহতীয়া প্ৰৱন্ধসমূহ