বছৰৰ প্ৰথমটো দিনতেই মহিলা সকলক মুখ্যমন্ত্ৰী দিলে বিশেষ উপহাৰ...

বছৰৰ প্ৰথমটো দিনতেই মহিলা সকলক মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ উপহাৰ…

নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলক দিলে বিশেষ উপহাৰ… ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যৰ লাখ লাখ মহিলা সকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই পাব ৮

নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলক দিলে বিশেষ উপহাৰ…

ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যৰ লাখ লাখ মহিলা সকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই পাব ৮ হাজাৰ টকা।ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে প্ৰতিগৰাকী মহিলাৰ একাউণ্টে একাউণ্টে সোমাব ৮০০০ টকা।

ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে মহিলাসকলে আগতীয়াকৈ লাভ কৰিব ব’হাগ বিহুৰ উপহাৰ। অৱশ্যে জানুৱাৰী মাহত দিয়া নহয় অৰুণোদয়।

লগতে পঢ়ক: ৰাজ্যিক কৰ্মচাৰীৰৰ পৰা কৃষকলৈলৈ…; বছৰৰ প্ৰথমটো দিনতেই অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভালখবৰ

শেহতীয়া প্ৰৱন্ধসমূহ