বিপদত বিধায়ক অখিল গগৈ; SIT-এ দাখিল কৰিলে এজাহাৰ

বিপদত অখিল গগৈ ; বিধায়ক গৰাকীৰ বিৰুদ্ধে SITৰ গোচৰ

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SIT-এ দাখিল কৰিলে এজাহাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে। অকৰ্তৃত্বশীলভাৱে গোপন তথ্য ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে। গুৱাহাটী ক্ৰাইম ব্ৰান্সত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাৰ।।

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে SIT-এ দাখিল কৰিলে এজাহাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে।

অকৰ্তৃত্বশীলভাৱে গোপন তথ্য ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে। গুৱাহাটী ক্ৰাইম ব্ৰান্সত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাৰ।।

কিছুদিন পূৰ্বে সামাজিক মাধ্যমত বিধায়ক গৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট শ্বেয়াৰ কৰিছিল।

লগতে পঢ়ক: ‘জুবিনক লুটি-পুটি খোৱা সকলৰো তদন্ত হ’ব লাগিব’; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ