মন গ’লেই খাব নোৱাৰিব গাহৰিৰ মাংস! কিনা-বেচাত নিষেধাজ্ঞা

মন গ’লেই খাব নোৱাৰিব গাহৰিৰ মাংস! কিনা-বেচাত নিষেধাজ্ঞা

গাহৰিৰ মাংস কিনা-বেচাত নিষেধাজ্ঞা -৭জিলাত নিষিদ্ধ হ’ল গাহৰি মাংস -প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা -বজাৰ-হাটত গাহৰি মাংস ক্ৰয়-বিক্ৰয়কলৈ এই নিৰ্দেশনা -এইকেইখন জিলাত গাহৰি সৰবৰাহতো জাৰি কৰা হৈছে নিষেধাজ্ঞা -কোন কোন জিলাৰ বাবে এই নিৰ্দেশঃ –ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ, -দৰং, যোৰহাট আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা

গাহৰিৰ মাংস কিনা-বেচাত নিষেধাজ্ঞা

-৭জিলাত নিষিদ্ধ হ’ল গাহৰি মাংস

-প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা

-বজাৰ-হাটত গাহৰি মাংস ক্ৰয়-বিক্ৰয়কলৈ এই নিৰ্দেশনা

-এইকেইখন জিলাত গাহৰি সৰবৰাহতো জাৰি কৰা হৈছে নিষেধাজ্ঞা

-কোন কোন জিলাৰ বাবে এই নিৰ্দেশঃ

ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ,

-দৰং, যোৰহাট আৰু ডিব্ৰুগড়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা

-গাহৰি আৰু গাহৰি মাংস বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে

-প্ৰশাসনৰ নিৰ্দেশ নমনাসকললৈ কঠোৰ শাস্তিৰ ঘোষণা

-আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ প্ৰশাসন

-পৰৱৰ্তী নিৰ্দেশনা নহালৈকে বাহাল থাকিব এই নিষেধাজ্ঞা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

শেহতীয়া প্ৰৱন্ধসমূহ