বিহাৰত NDA ৰ ধুমুহা; ডাবল ছেঞ্চুৰিৰ বতাহত উৰি গ’ল তেজস্বী যাদৱ

বিহাৰত NDA ৰ ধুমুহা; ডাবল ছেঞ্চুৰীৰ  ধুমুহাত বিধ্বস্ত তেজস্বী যাদৱ

বিহাৰত NDA ৰ ধুমুহা বিহাৰ বিধান সভা নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে আৰু এতিয়ালৈকে যি ধাৰা দেখা গৈছে, সেই ধাৰা অনুসৰি এন ডি এ বৃহৎ জয়ৰ দিশে আগবাঢ়িছে। এন ডি এয়ে ইতিমধ্যে ২০০ আসন পাৰ হোৱা দেখা গৈছে। এতিয়া বিহাৰৰ ৰাজনৈতিক দুৰ্গ কোনে দখল কৰিব

বিহাৰত NDA ৰ ধুমুহা

বিহাৰ বিধান সভা নিৰ্বাচন ২০২৫ৰ ভোটগণনা চলি আছে আৰু এতিয়ালৈকে যি ধাৰা দেখা গৈছে, সেই ধাৰা অনুসৰি এন ডি এ বৃহৎ জয়ৰ দিশে আগবাঢ়িছে। এন ডি এয়ে ইতিমধ্যে ২০০ আসন পাৰ হোৱা দেখা গৈছে।

এতিয়া বিহাৰৰ ৰাজনৈতিক দুৰ্গ কোনে দখল কৰিব সেয়া হ’ব লক্ষ্যণীয়। ইয়াত এইটোও মন কৰিবলগীয়া যে এতিয়ালৈকে পোৱা ফলাফলত নীতিশ কুমাৰৰ জে ডি ইউয়ে সৰ্ববৃহৎ দল হিচাপে আগবাঢ়িছে।

চলি থকা ভোট গণনাৰ জৰিয়তে নিশ্চিত হৈ পৰিছে যে, বিহাৰত এন ডি এ চৰকাৰ গঠন কৰিব। এন ডি এ ১৯০ খনতকৈ অধিক আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে প্ৰায় ৫০ খন আসন লাভ কৰিছে।বিহাৰত প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰৰ যুঁটিৰ যাদু দেখুৱালৈ সক্ষম হৈছে।

লগতে পঢ়ক: “আমি সেইখন খেল নেখেলো”; ভোটগণনাৰ পূৰ্বে RJD সাংসদ মনোজ ঝাৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ