উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ

উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ

উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ কৰিছে বেদখলকাৰীয়ে । –চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি । -উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে । -নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি । টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে

উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ কৰিছে বেদখলকাৰীয়ে ।

চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি ।

-উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে ।

-নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি । টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে ।

-চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাভৰ ৩৮ বিঘাৰ ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহচক্ৰই ।

-১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলকৃত ভূমি খালি কৰিবলৈ চৰকাৰী নিৰ্দেশনা পালন কৰি খালী কৰিছে চৰকাৰী ভূমি ।

লগতে পঢ়ক : ৰূপহীহাটত চৰকাৰী ভূমি বেদখলকাৰীৰ বিপদঘন্টা, উচ্ছেদৰ বাবে সাজু প্ৰশাসন

শেহতীয়া প্ৰৱন্ধসমূহ