ভাৰতৰ বৃহৎ সিদ্ধান্ত; নিষিদ্ধ হ’ল ১৬টাকৈ পাকিস্তানী ইউটিউব, নিউজ চেনেল

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে কেইবাটাও পাকিস্তানী ইউটিউব আৰু নিউজ চেনেল নিষিদ্ধ কৰিছে। এই সকলোবোৰ পাকিস্তানী Youtube আৰু নিউজ চেনেলে ভাৰতীয় সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে সংবেদনশীল বিষয়বস্তু, মিছা আৰু বিভ্ৰান্তিকৰ মন্তব্য

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি ভাৰত চৰকাৰে কেইবাটাও পাকিস্তানী ইউটিউব আৰু নিউজ চেনেল নিষিদ্ধ কৰিছে।

এই সকলোবোৰ পাকিস্তানী Youtube আৰু  নিউজ চেনেলে ভাৰতীয় সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে সংবেদনশীল বিষয়বস্তু, মিছা আৰু বিভ্ৰান্তিকৰ মন্তব্য বিয়পাইছিল।

ভাৰত চৰকাৰে পাকিস্তানৰ ১৬টা ইউটিউব আৰু নিউজ চেনেল বন্ধ কৰিছে। ইয়াৰ ভিতৰত আছে ডন, জিঅ’ নিউজ, সামা টিভি আৰু এ আৰ ৱাই ইউটিউব নিউজ চেনেল।এই সকলোবোৰ নিউজ চেনেলৰ ইউটিউব প্লেটফৰ্ম আৰু ভাৰতত দেখা নাযাব।

শেহতীয়া প্ৰৱন্ধসমূহ