উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ -প্ৰশ্নকাকত ফাদিলৰ পিছতেই বাতিল হ’ল বাকী থকা পৰীক্ষা -শিক্ষা সংসদে বাতিল কৰিছে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হবলগীয়া সকলো পৰীক্ষা -২৪ মাৰ্চৰ বৰ্ডৰ সিদ্ধান্তৰ পিছতহে ঘোষণা হব পৰীৱৰ্তী পৰীক্ষাৰ দিন -প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ইতিমধ্যে ১৫খন ব্যক্তিগত শিক্ষানুষ্ঠানৰ

-উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-প্ৰশ্নকাকত ফাদিলৰ পিছতেই বাতিল হ’ল বাকী থকা পৰীক্ষা

-শিক্ষা সংসদে বাতিল কৰিছে ২৪ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ হবলগীয়া সকলো পৰীক্ষা

-২৪ মাৰ্চৰ বৰ্ডৰ সিদ্ধান্তৰ পিছতহে ঘোষণা হব পৰীৱৰ্তী পৰীক্ষাৰ দিন

-প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ইতিমধ্যে ১৫খন ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা

-৩খনকৈ চৰাকাৰী শিক্ষনুষ্ঠানৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে ব্যৱস্থা

শেহতীয়া প্ৰৱন্ধসমূহ