ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, শিক্ষক নিযুক্তিক লৈয়ো ঘোষণা…

-ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ -জুন মাহত হব  ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা -তৃতীয় বৰ্গৰ স্কীল টেষ্টো অনুষ্ঠিত হব জুন মাহত -এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই হব নিযুক্তি -১০ অক্টোবৰ ৰাজ্যজুৰি হব সৰ্ববৃহৎ নিযুক্তি -ইফালে মে’ মাহত ঘোষণা গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল -গ্ৰেজুৱেট

-ADREৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

-জুন মাহত হব  ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা

-তৃতীয় বৰ্গৰ স্কীল টেষ্টো অনুষ্ঠিত হব জুন মাহত

-এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই হব নিযুক্তি

-১০ অক্টোবৰ ৰাজ্যজুৰি হব সৰ্ববৃহৎ নিযুক্তি

-ইফালে মে’ মাহত ঘোষণা গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল

-গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে  ভাল খবৰ

-মে’ মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু

-৯০৭৫টা গ্ৰেজুটেৱ শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই

-ইয়াৰ পিছত হ’ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া

-১০ অক্টোবৰত হ’ব নিযুক্তি

-৫৫০০ শিক্ষকৰ নিযুক্তিও হ’ব ১০ অক্টোবৰত

-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ