প্ৰথমখন বৈঠকতে লাগিল কেনা...ফ্লপ হ'ল বিৰোধী মিত্ৰজোঁটৰ বৈঠক

প্ৰথমখন বৈঠকতে লাগিল কেনা…ফ্লপ হ’ল বিৰোধী মিত্ৰজোঁটৰ বৈঠক

-ফ্লপ হ’ল বিৰোধী মিত্ৰজোঁটৰ বৈঠক -বৈঠকৰ মাজতে তীব্ৰ কাজিয়া -বৈঠক আধাতে এৰি গুছি আহিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ -বৈঠক এৰি এলাই আহিল ভূপেন বৰা -বিৰোধীক এক কৰাৰ প্ৰয়াসত হীৰেণ গোঁহাইৰ নেতৃত্বত চলিছিল বৈঠক -কংগ্ৰেছৰ লগত ৰাইজৰ দল আৰু AJP থাকিব নে নাথাকে তাক লৈ প্ৰশ্ন

-ফ্লপ হ’ল বিৰোধী মিত্ৰজোঁটৰ বৈঠক

-বৈঠকৰ মাজতে তীব্ৰ কাজিয়া

-বৈঠক আধাতে এৰি গুছি আহিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ

-বৈঠক এৰি এলাই আহিল ভূপেন বৰা

-বিৰোধীক এক কৰাৰ প্ৰয়াসত হীৰেণ গোঁহাইৰ নেতৃত্বত চলিছিল বৈঠক

-কংগ্ৰেছৰ লগত ৰাইজৰ দল আৰু AJP থাকিব নে নাথাকে তাক লৈ প্ৰশ্ন

-বিৰোধীৰ প্ৰথমখন বৈঠকেই ফ্লপ

-অগ্নিশৰ্মা হৈ ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ

-কংগ্ৰেছৰ লগত অখিলে গগৈয়ে কিয় মিত্ৰতা কৰিব আহিছে বুলি প্ৰশ্ন প্ৰদ্যুৎ বৰদলৈৰ

-মই নাথাকো মই নাথাকো বুলি কৈ ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ

-বিধায়ক মনোৰঞ্জন তালকদাৰে ধৰিও ৰখাব নোৱাৰিলে প্ৰদ্যুৎ বৰদলৈক

-ইফালে কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য

শেহতীয়া প্ৰৱন্ধসমূহ