শ্ৰীভূমি থানাত মাৰাথন জেৰা চলোৱা হৈছে USTMৰ মহবুবুল হকক

শ্ৰীভূমি থানাত মাৰাথন জেৰা USTMৰ মহবুবুল হকক

-শ্ৰীভূমি থানাত মাৰাথন জেৰা চলোৱা হৈছে USTMৰ মহবুবুল হকক -পাণবজাৰ থানাৰ পৰাই মহবুবুল হকক লৈ যোৱা হ’ল শ্ৰীভূমি থানালৈ -নম্বৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে চলাব জেৰা -জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনা -পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ -CBSE, মেডিকেল এনট্ৰেনছ পৰীক্ষাতো একেই

-শ্ৰীভূমি থানাত মাৰাথন জেৰা চলোৱা হৈছে USTMৰ মহবুবুল হকক

-পাণবজাৰ থানাৰ পৰাই মহবুবুল হকক লৈ যোৱা হ’ল শ্ৰীভূমি থানালৈ

-নম্বৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে চলাব জেৰা

-জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনা

-পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ

-CBSE, মেডিকেল এনট্ৰেনছ পৰীক্ষাতো একেই কাণ্ড কৰাৰ অভিযোগ

-USTMৰ পৰা লাভ কৰা PHD সন্দৰ্ভতো প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে

-কালি নিশাই গ্ৰেপ্তাৰ কৰা হৈছিল মহবুবুল হকক

-মহবুবুল হকক ডাঙৰ প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

-পাথাৰকান্দি থানাত ৰুজু হৈছে মহবুবল হকৰ বিৰুদ্ধে গোচৰ

শেহতীয়া প্ৰৱন্ধসমূহ