হঠাৎ অসুস্থ ছোনীয়া গান্ধী ; দিল্লীৰ গংগাৰাম হাস্পতালত ভৰ্তি

হঠাৎ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। বৃহস্পতিবাৰে নিশা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক। প্ৰাৰম্ভিক তথ্য অনুসৰি, ছোনিয়া গান্ধীক নিয়মীয়া পৰীক্ষাৰ বাবে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।অৱশ্যে নেত্ৰীগৰাকীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিব পাৰে। ছোনিয়া গান্ধীৰ বয়স ৭৮ বছৰ।বৰ্তমান চিকিৎসকৰ এটা দলৰ তত্বাৱধানত আছে

হঠাৎ অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। বৃহস্পতিবাৰে নিশা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক।

প্ৰাৰম্ভিক তথ্য অনুসৰি, ছোনিয়া গান্ধীক নিয়মীয়া পৰীক্ষাৰ বাবে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।অৱশ্যে নেত্ৰীগৰাকীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিব পাৰে।

ছোনিয়া গান্ধীৰ বয়স ৭৮ বছৰ।বৰ্তমান চিকিৎসকৰ এটা দলৰ তত্বাৱধানত আছে কংগ্ৰেছৰ নেত্ৰীগৰাকী।

শেহতীয়া প্ৰৱন্ধসমূহ